The Assam Cabinet on Friday announced that the state government will conduct examinations for students…
জৱাহৰ নবোদয় বিদ্যালয়ৰ নামভৰ্তি পৰীক্ষাৰ পঞ্জীয়ন
গ্ৰামাঞ্চলৰ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীক উপকৃত কৰাৰ উদ্দেশ্যে সম্পূৰ্ণ বিনামূলীয়া আৱাসিক আৰু শিক্ষাৰ প্ৰতিষ্ঠান বিশ্বনাথ চাৰিআলিৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ ২০২১ বৰ্ষৰ ষষ্ঠ আৰু নৱম শ্ৰেণীৰ নামভৰ্তি পৰীক্ষাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। ১৫ ডিচেম্বৰ ২০২০ ৰ ভিতৰত সম্পন্ন কৰিব লাগিব উক্ত প্ৰক্ৰিয়া । ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে www.navodaya.gov.in আৰু www.jnvsonitpur.in ৱেৱচাইড যোগে পঞ্জীয়ন কৰিব লাগিব।