skip to Main Content

জ’ বাইডেন আমেৰিকাৰ ৰাষ্ট্ৰপতি

দীৰ্ঘ দিনীয়া উৎকণ্ঠাৰ অন্ত পেলাই ঘোষিত হ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি । জ’ বাইডেনৰ দখলত এতিয়া হোৱাইট হাউচ। আমেৰিকাৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ’ল জ’ বাইডেন ।

Back To Top