Assam Rifles will enhance vigilance along the 510-km stretch of the India-Myanmar border in Mizoram…
টেটৰ বৈধতা বৃদ্ধি৷
শিক্ষক পদৰ বাবে যোগ্যতা নিৰ্দ্ধাৰক টেট তথা চি টেটৰ বৈধতা বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে লোৱা সিদ্ধান্তক আদৰণি জনাইছে অসম প্ৰদেশ বিজেপিয়ে৷কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকক অসমৰ ম্যাদ উকলা টেট উত্তীৰ্ণ সকলোৰ সমস্যা সম্পৰ্কত এক উচিত পদক্ষেপ গ্ৰহনৰ বাবে অসম প্ৰদেশ বিজেপিয়ে এক স্মাৰকপত্ৰ দাখিল কৰিছিল৷ফলত শিক্ষকৰ যোগ্যতা নিৰ্দ্ধাৰক পৰীক্ষা টেটৰ বৈধতা ৭বছৰৰ পৰা সমগ্ৰ জীৱনৰ বাবে বৃদ্ধি কৰে৷