Assam State Zoo and Botanical Garden here got two zebras on Monday, thanks to Mysore…
ড০ মালিনী গোস্বামীৰ ৰহস্যজনক পদত্যাগৰ আৰঁত কি ?
অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য ড০ মালিনী গোস্বামীৰ পদত্যাগ৷ আশ্চৰ্যজনকভাৱে উপাচাৰ্য পদৰ পৰা পদত্যাগ কৰে ড০ গোস্বামীয়ে৷
যোৱা বছৰৰ ১২ ছেপ্টেম্বৰত ড০ মালিনী গোস্বামীয়ে মহিলা বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য হিচাপে নিযুক্তি লাভ কৰিছিল৷
উল্লেখযোগ্য যে, ড০ গোস্বামীৰ পদত্যাগ এতিয়াও ৰহস্যৰ আৱৰ্তত৷ড০ গোস্বামীয়ে পদত্যাগ কৰাৰ কাৰণ বৰ্তমানলৈকে সদৰী কৰা নাই৷