The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
ড’ মহেশ্বৰ হাজৰিকালৈ কৈলাশ নাথ শৰ্মা সাহিত্য বঁটা
প্ৰথিতযশা সংস্কৃত পণ্ডিত , বিশিষ্ট অনুবাদক ড’ মহেশ্বৰ হাজৰিকালৈ এইবছৰৰ সাহিত্যিক কৈলাশ নাথ শৰ্মা সাহিত্য বঁটা আগবঢ়োৱা হৈছে। ড’ মহেশ্বৰ হাজৰিকা শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা কানৈ কলেজৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ। অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে উক্ত বঁটা আগবঢ়ায় অখিল ভাৰতীয় সাহিত্য পৰিষদে।