Assam Chief Minister Himanta Biswa Sarma while addressing a public meeting in Banamalipur said that…
ড’ হিমন্ত বিশ্ব শৰ্মাৰ আধাৰশিলা স্হাপন
স্বাস্হ্য, শিক্ষা আৰু বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে শদিয়াত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অসমীয়া বৰগড়া ঘুমটিবিল পথ হৈ মিছিং বৰগড়া সংযোগী পথৰ আধাৰশিলা স্হাপন কৰে। উক্ত পথৰ দৈৰ্ঘ্য ৮.৫০ কি.মি.। এই অনুষ্ঠানত উপস্হিত থাকে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক বলীন চেতিয়া। লোক নিৰ্মান বিভাগৰ ছিগ্নেচাৰ আচনিৰ অধীনত নিৰ্মাণ হ’বলগীয়া পথটোৰ বাবে মুঠ ব্যয়ৰ পৰিমাণ ৯.৯৯ কোটি টকা।
আনহাতে শদিয়া চপাখোৱাৰ বুঢ়া বুঢ়ী শালত ১০ লাখ টকাৰ খোৱাপানী প্ৰকল্পৰ আধাৰশিলা স্হাপন কৰে।