চচলত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।গুৱাহাটীৰ শিলসাঁকো জলাশয়ৰ পাৰত বসবাস কৰা…
তৃণমূল কংগ্ৰেছত যোগদান কৰি অসম প্ৰদেশৰ সভাপতি ৰূপে নিযুক্ত হোৱাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটীত উপস্থিত ৰিপুণ বৰা
তৃণমূল কংগ্ৰেছত যোগদানৰ পিছত আজি প্ৰথমবাৰৰ বাবে তৃণমূল কংগ্ৰেছৰ নেতা হিচাপে বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’ল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা। তৃণমূল কংগ্ৰেছত যোগদান কৰি অসম প্ৰদেশৰ সভাপতি ৰূপে নিযুক্ত হোৱাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটীত উপস্থিত হয় ৰিপুণ বৰা।বিমানবন্দৰতে ৰিপুণ বৰাক উষ্ম আদৰণি জনাই তৃণমূল কংগ্ৰেছৰ নেতা-কৰ্মীয়ে। ৫ শতাধিক মানুহে বৰঝাৰ বিমানবন্দৰত আদৰণি জনায় ৰিপুণ বৰাক।
This Post Has 0 Comments