skip to Main Content

তেজপুৰৰ লিচুৱে লাভ কৰিলে GI Tag


The agricultural and Processed Food Product Export Development Authority ৰ তথ্য অনুসৰি তেজপুৰৰ লিচুৱে লাভ কৰিলে GI Tag । অতি সুস্বাদু তেজপুৰৰ লিচুত আছে ৬০% ৰস । স্বাস্হ্যৰ বাবে অতি উত্তম তেজপুৰৰ লিচু।

Back To Top