মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বোকাজান সমষ্টিৰ মাননীয় বিধায়ক ডা: নোমল মমিনে ১ লাখ টকাৰ অনুদান আগবঢ়ায়।…
দা ৰ’য়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ এক সংবাদমেল অনুষ্ঠিত হয়
দা ৰ’য়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ এক সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত।৩০ মাৰ্চ ২০২২ তাৰিখে ৰ’য়েল গ্ল’বেল বিশ্ববিদ্যালয় চৌহদত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব সমাৱৰ্তন সমাৰোহ।৩জন বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হ’ব ডক্টৰেট উপাধি।তাৰ উপৰিও ৬১ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ’ব স্বৰ্ণপদক আৰু ৫১ গৰাকীক প্ৰদান কৰা হ’ব ৰূপৰ পদক