skip to Main Content

দিল্লীত বিজেপিৰ চৰকাৰে ঠিক কৰিব শপত গ্ৰহণৰ দিন ।


দিল্লীত বিজেপিৰ নেতৃত্বই ঠিক কৰিব শপত গ্ৰহণৰ দিন । এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । দুই এদিনৰ ভিতৰতে শপত ল’ব নতুন চৰকাৰে । পাৰ্লিয়ামেন্টৰী বৰ্ডে সকলো কথা নিৰ্ণয় কৰিব বুলি উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই ।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top