skip to Main Content

দুৰ্নীতি নিয়ন্ত্ৰণত অসমৰ স্হান শোচনীয়

দুৰ্নীতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেৰেলা , অসম আৰু পশ্চিম বংগৰ স্হান অতি শোচনীয় । বছৰেকীয়া সাৰ্বজনিক নিষ্পত্তি সূচীৰ তথ্য অনুসৰি বৃহৎ ৰাজ্যৰ শাখাত ১৭ স্হানত অসম আৰু ১৮ স্হানত কেৰেলা। হাৰিয়ানা শ্ৰেষ্ঠ , তামিল নাডু দ্বিতীয় আৰু চত্তিছগড় তৃতীয় স্হানত আছে। সৰু ৰাজ্যৰ শাখত মিজোৰাম শ্ৰেষ্ঠ আৰু মণিপুৰ সৰ্বনিম্ন স্হানত আছে।

Back To Top