আজি দিছপুৰত AIUDF ৰ বিধায়কসকলৰ প্ৰতিবাদ। মন্ত্ৰীদ্বয় পিয়ুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাই AIUDF ৰ…
দুৰ্বল প্ৰদৰ্শনৰ বাবে বিহাৰত ফলাফল বেয়া হল কংগ্ৰেছৰ৷
বিহাৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় ফলাফল নতশীৰে মানি ললে কংগ্ৰেছে৷যোৱাকালি ঘোষণা হোৱা ফলাফলত কংগ্ৰেছৰ শোচনীয় ফলাফলৰ বাবে বিহাৰ কংগ্ৰেছে দলটোৰ প্ৰদৰ্শন উন্নত নোহোৱাৰ বাবে এনে হোৱা বুলি উল্লেখ কৰিছে৷নিৰ্বাচনৰ আগমুহূৰ্তত দলটোৱে দুৰ্বল প্ৰদৰ্শন কৰাৰ বাবে কংগ্ৰেছৰ ফলাফল উন্নত নহল বুলিও প্ৰকাশ কৰিছে নেতৃত্বই৷