At least 85 people have died of Japanese Encephalitis (JE) in Assam in the last…
দূৰ্গাপূজাৰ সময়ত ৰাইজক সাবধানতাৰ আহ্বান৷
আজিৰে পৰা আৰম্ভ হোৱা শাৰদীয় দূৰ্গোৎসবত ৰাজ্যখনৰ সকলো জনসাধাৰণকে কভিড ১৯ৰ প্ৰট’কল মানি চলিবলৈ আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷যদিহে পূজাৰ সময়ত ৰাইজে সাৱধানতা অৱলম্বন নকৰে তেন্তে অনাগত দিনত কভিড ১৯ ৰাজ্যত ভয়াবহ ৰূপ লোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে মন্ত্ৰীজনে৷ইতিমধ্যে সকলো পূজা সমিতি সমুহকো যি নীতি নিয়ম বান্ধি দিছে সেয়া পালনৰ আহ্বান জনাইছে৷