skip to Main Content

দেশত বৃদ্ধি নিৱনুৱাৰ হাৰ


দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে নিৱনুৱাৰ হাৰ। অক্টোবৰ মাহত বৃদ্ধি পালে ৬.৯৮% । ছেপ্তেম্বৰ মাহত হাৰ আছিল ৬.৬৭%। লকডাউনৰ সময়ত বিভিন্নজনে হেৰুৱাইছিল কৰ্মসংস্হান। এতিয়া দিনক দিনে বৃদ্ধি পাইছে নিৱনুৱাৰ হাৰ।

Back To Top