skip to Main Content

দেশৰ উদাৰতম ব্যক্তি আজিম প্ৰেমজি


এডেলগিভ হিউৰান ইণ্ডিয়া নামৰ সংস্হাটোৱে ২০২০ বৰ্ষৰ বাবে চলোৱা সমীক্ষাত প্ৰকাশ পাইছে যে ভাৰতৰ সবাতোকৈ উদাৰতম তথা মানৱ প্ৰেমী হৈছে উইপ্ৰ’ৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন অধ্যক্ষ আহিম প্ৰেমজি। গোটেই বছৰটোত তেওঁ জনহিতাৰ্থে খৰচ কৰিছে ৭৯০৪ কোটি টকা । আনহাতে কভিড মোকাবিলাৰ বাবে তেওঁ ১২৫ কোটি টকা দান কৰিছে।

Back To Top