Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
দেশৰ ১০খন ৰাজ্যত উপনিৰ্বাচনৰ ভোটগ্ৰহন৷
দেশৰ ১০খন ৰাজ্যক সামৰি সৰ্বমুঠ ৫৪ টা বিধানসভা সমষ্টিত আজি অনুষ্ঠিত হল উপনিৰ্বাচনৰ ভোটগ্ৰহন৷গুজৰাটৰ ৮টা, উত্তৰ প্ৰদেশৰ ৭টা,মধ্য প্ৰদেশৰ ২৮টা, উৰিষ্যাৰ ২টা, নাগালেণ্ডৰ ২টা, কৰ্ণাটকৰ ২টা,ঝাৰখণ্ডৰ ২টা, চত্তিশগড়ৰ ১টা, হাৰিয়ানাৰ ১টা, আৰু তেলংগানাৰ ১টা বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত হোৱা উপনিৰ্বাচনৰ আজি ভোটগ্ৰহন অনুষ্ঠিত হয়৷