Assam Chief Minister Himanta Biswa Sarma while addressing a public meeting in Banamalipur said that…
দেৱালীত সংঘটিত হ’ল ২০২ টা পথ দূৰ্ঘটনা
মৃত্যুঞ্জয় ১০৮ সেৱাই সদৰী কৰিছে যে যোৱা ১৪ আৰু ১৫ নৱেম্বৰত ৰাজ্যত সংঘটিত হৈছে ২০২ টা পথ দূৰ্ঘটনা। কামৰূপ মহানগৰ জিলাত ১৪ নৱেম্বৰত সংঘটিত হৈছে ৯ টা আৰু ১৫ নৱেম্বৰত সংঘটিত হৈছে ৮ টা। কামৰূপ মহানগৰ জিলা আৰু তিনিচুকীয়া জিলাত সৰ্বাধিক ১৭ টাকৈ দূৰ্ঘটনা সংঘটিত হৈছে। আনহাতে ডিমা হাচাও আৰু কাৰ্বি আংলং জিলাত সৰ্বনিম্ন এটাকৈ পথ দূৰ্ঘটনা সংঘটিত হৈছে। সুৰাপান আৰু দ্ৰুত বেগত যান বাহন বাবে দূৰ্ঘটনা সংঘটিত হোৱাৰ লগতে কেইবাজনো লোক মৃত্যু মুখত পৰিছে।