
কৰুণাৰ বাবে সৃষ্টি হোৱা পৰিবেশৰ প্ৰতি লক্ষ্য ৰাখি অৰুণাচল চৰকাৰে জাৰি কৰিছে কিছু নিষেধাজ্ঞা । দেৱালীত হোৱা প্ৰদূষণে কৰুনা আক্ৰান্ত ৰোগীক বিৰোপ প্ৰভাৱ পেলাব পাৰে বুলি এনে সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। ফটকা জাতীয় পৰিবেশ প্ৰদূষকৰ পৰা আতৰি থাকিবলৈ জনসাধাৰণক আহ্বান জনাইছে অহ্বান জনাইছে অৰুণাচল চৰকাৰে।