skip to Main Content

দ্বিতীয় পৰ্যায়ৰ বিহাৰ বিধানসভা নিৰ্বাচন

মঙলবাৰে অনুষ্ঠিত হয় বিহাৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন । ক’ভিড প্ৰটকল মানি এটা কেন্দ্ৰত সৰ্বাধিক ১০০০ জন ভোটাৰৰ ভোটগ্ৰহণ সম্পন্ন । মুঠ ৪১,৩৬২ টা কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। ১৭ খন জিলাত ৯৪ খন আসনৰ বাবে ১,৪৬৩ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বীতা আগবঢ়াইছে। ২.৮৫ কৌটি ভোটাৰে নিৰ্বাচন কৰিব প্ৰাৰ্থী।

Back To Top