skip to Main Content

ধূমপানৰ বয়স ২১ বছৰলৈ বৃদ্ধি

সম্প্ৰতি দেশত ক্ৰমাৎ বৃদ্ধি পোৱা ধুমপানকাৰীৰ সংখ্যা হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ধপাতজাত সামগ্ৰী সম্পৰ্কীয় আইন সংশোধনৰ যো জা আৰম্ভ কৰিছে। বৰ্ত্তমান নূন্যতম বয়স ১৮ বছৰৰ পৰিবৰ্তে এই আইনমতে ২১ বছৰলৈ বৃদ্ধি কৰা হ’ব। ইফালে নিষিদ্ধ এলেকাত ধুমপানৰ জৰিমনা ২০০ ৰ পৰা ২০০০ লৈ বৃদ্ধি কৰা হ’ব।

Back To Top