skip to Main Content

ধেমাজিত ICU ৰ আধাৰশিলা স্থাপন স্বাস্থ্য মন্ত্ৰীৰ

আজি ধেমাজী অসামৰিক চিকিৎসালয়ত নতুন আই চি ইউ ৱাৰ্ড নিৰ্মাণৰ আধাৰ-শিলা স্থাপন কৰে অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

আছাম ক্ৰিটিকেল কেয়াৰ প্ৰজেক্টৰ অধীনত নিৰ্মাণ হ’বলগীয়া এই নতুন আই চি ইউ ৱাৰ্ডৰ বাবদ ১৪.১৬কোটি টকা ব্যয় কৰা হ’ব ৷

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কোভিড-১৯ ৰোগী সকলক এই উদ্যোগৰ বাবে বিশেষ চিকিৎসা প্ৰদানত যথেষ্ট সহায় কৰিব বুলি আশা প্ৰকাশ কৰে ৷

Back To Top