Nearly 1.5 kilograms (3.31 pounds) of sticky dark brown Opium gum was seized from a…
ন’বেল বিজয়ী মেৰী কুৰিৰ আজি ওপজা দিন
১৮৬৭ চনৰ নৱেম্বৰত পোলেণ্ডত জন্মগ্ৰহণ কৰা মেৰী কুৰি সৰুৰে পৰাই পঢ়াৰ প্ৰতি আগ্ৰহী আছিল । তেজষ্ক্ৰিয়তা, পলনিয়ামৰ লগতে ৰেডিয়ামৰ ওপৰত তেওঁ কৰা গৱেষণাই বিজ্ঞান জগতক আন এক মাত্ৰা প্ৰদান কৰিছিল। ১৯০৩ চনত তেওঁ লাভ কৰিছিল পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা । আনহাতে ১৯১১ চনত লাভ কৰিছিল ৰসায়নৰ ন’বেল বঁটা। ন’বেল বিজয়ী তেওঁ প্ৰথম মহিলা বিজ্ঞানী । ১৯৩৬ চনত ৬৬ বছৰ বয়সত তেওঁ মৃত্যু বৰণ কৰে।