skip to Main Content

নাৰেংগীত দৰিদ্ৰৰ বাবে মুকলি হ’ল অক্সিজেন চিলিণ্ডাৰ ।


লায়ন্স ক্লাৱ গুৱাহাটীয়ে হীৰালাল আৰু লায়ন্স কৈলাস চন্দ্ৰ লোহিয়া পৰিয়ালৰ সহযোগত গুৱাহাটীৰ নাৰেংগীৰ ফৰেষ্ট গেটত এটা অক্সিজেন চিলিণ্ডাৰ বেংক মুকলি কৰা হয় । অক্সিজেন চিলিণ্ডাৰ বেংক আনুষ্ঠানিকভাৱে মুকলি কৰে লায়ন্স বি এছ বাথোৰে । কোনো ব্যক্তিক অক্সিজেনৰ প্ৰয়োজন হলে গুৱাহাটী লায়ন্স ক্লাৱক যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top