skip to Main Content

নাৰেংগীৰ কিশোৰক অপহৰণত জড়িত যুৱকক গ্ৰেপ্তাৰ ।


নাৰেংগীৰ পানীখাইতিৰ পৰা ১৬বছৰীয়া কিশোৰী এগৰাকীক অপহৰণ কৰি নি আত্মগোপন কৰি থকা অপহৰণকাৰী যুৱকক কাৰ্বি আংলঙৰ খেৰণিৰ পৰা আটক কৰে পানীখাইতি আৰক্ষীয়ে । ২৬এপ্ৰিলত নকুল নামৰ যুৱকজনে কিশোৰীগৰাকীক অপহৰণ কৰি বিগত ৭দিনে আত্মগোপন কৰি আছিল । পৰিয়ালৰ লোকে স্থানীয় আৰক্ষীক দিয়া এজাহাৰৰ ভিত্তিত তদন্ত কৰি গ্ৰেপ্তাৰ কৰে নকুলক আৰু পৰিয়ালৰ লোকক আৰক্ষীয়ে কিশেৰীগৰাকীক গোটাই দিয়ে ।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top