skip to Main Content

‘নিহাৰীকা’ ভিডিঅ গীতৰ শুভ উন্মোচনী

এন.এন ব্যুৰো ৬ মাৰ্চঃ আজি গুৱাহাটী প্ৰেছ ক্লাবত এক ভিডিঅ গীত উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত কন্ঠশিল্পী ভুনয়ন বৰ্মনৰ ‘নিহাৰীকা’ শীৰ্ষক গীতটিৰ শুভ উন্মোচন কৰা হয়। অনুষ্ঠাটিত বিশিষ্ট অতিথি হিচাপে উপস্হিত থাকে আৰ্য্য বিদ্যাপিঠ বিদ্যালয়ৰ সংগীত বিভাগৰ শিক্ষক দীপক ডেকা।

Back To Top