skip to Main Content

নিয়ন্ত্ৰণত ক’ৰণা


ক্ৰমাত হ্ৰাস পাইছে ক’ৰণা আক্ৰান্ত।ৰাজ্যত নিয়ন্ত্ৰণলৈ আহিছে ক’ৰণা। প্ৰথম বাৰৰ বাবে ৰাজ্যত ৰবিবাৰে ১০০ ৰ তলত ক’ৰণা ৰোগী চিনাক্ত কৰা হৈছে। ৰবিবাৰে ক’ৰণাত আক্ৰান্ত হৈছে মাত্ৰ ৯৩ গৰাকী। আক্ৰান্তৰ হাৰ হৈছে ১.১১%। ৰাজ্যৰ স্বাস্হ্য মন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই কথা প্ৰকাশ কৰে।

Back To Top