skip to Main Content

নেহেৰু ষ্টেডিয়ামত অসম আৰক্ষীক নিচান প্ৰদান গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ


আজি নেহেৰু ষ্টেডিয়ামত অসম আৰক্ষীক নিচান প্ৰদান কৰে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্হিতিত এই সন্মান প্ৰদান কৰা হয়।এই সন্মান লাভ কৰাৰ ক্ষেত্ৰত অসম হৈছে দশম খন ৰাজ্য।ৰাষ্ট্ৰপতিৰ হৈ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই প্ৰদান কৰে অসম আৰক্ষীক এই সন্মান।

Back To Top