Prime Minister Narendra Modi addressed the nation from Red Fort on the occasion of the…
পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মূৰ শপত গ্ৰহণ
Image Source: Twitter
আজি ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মূৱে নতুন দিল্লীৰ সংসদ ভৱনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত শপত গ্ৰহণ কৰে। উল্লেখযোগ্য যে দ্ৰৌপদী মুৰ্মূ ভাৰতৰ প্ৰথমগৰাকী আদিবাসী ৰাষ্ট্ৰপতি আৰু দ্বিতীয় গৰাকী মহিলা ৰাষ্ট্ৰপতি। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই শপত বাক্য পাঠ কৰোৱালে দ্ৰৌপদী মুৰ্মূক।
This Post Has 0 Comments