অসম পুলিচৰ কনিষ্টবল চাকৰিৰ আলোচনাৰ বাবে DGP অফিচত অনুষ্ঠিত হয় এক সংবাদমেল।লিখিত পৰীক্ষাৰ চেন্টাৰ আছিল…
পত্নীসহ সন্তানক এৰি আলফা (স্বা)লৈ কণ্ঠশিল্পী অভিলেষ বৰা
পত্নীসহ সন্তানক এৰি এইবাৰ আলফা(স্বা:)লৈ কণ্ঠশিল্পী অভিলেষ বৰা।বন্ধুৰ জড়িয়তে পৰিয়ালৰ লোকে লাভ কৰিছে এই খবৰ।১৩ মে’ত সোণোৱাল কছাৰী সাহিত্য সভাত গীত পৰিৱেশন কৰাৰ কথা আছিল অভিলেষৰ।কি পৰিস্হিতিত অভিলেষ নিষিদ্ধ ঘোষিত সংগঠনলৈ ঢাপলি মেলিলে সেইয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।পূৰ্ৱে অস্ত্ৰোপচাৰ কৰা অভিলেষক সোনকালে ঘৰলৈ পঠাই দিবলৈ কাতৰ আহ্বান কৰিছে পৰেশ বৰুৱাক পৰিয়ালৰ লোকে।
This Post Has 0 Comments