Assam Chief Minister Himanta Biswa Sarma while addressing a public meeting in Banamalipur said that…
পত্নীহাৰা হল শিল্পী ৰূপম ভূঞা
এন.এন ব্যুৰো, ১২ মাৰ্চঃ পুত্ৰ সন্তানৰ পিতৃ হোৱাৰ আনন্দৰ কেইমুহূৰ্তমানৰ ভিতৰতে পত্লীহাৰা হল শিল্পী ৰূপম ভূঞা। তেওঁৰ পত্নী মনশ্ৰী বৰুৱাক বুধবাৰে প্ৰসৱজনিত কাৰণত মহানগৰীৰ ছাত্ৰীবাৰীস্হিত মাৰোৱাৰী মেটাৰনিটি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও এক পুত্ৰ সন্তান জন্ম দি বৃহস্পতিবাৰে আকস্মিকভাৱে মৃত্যুক সাৱতি লয় মনশ্ৰীয়ে। পত্নীৰ অকাল বিয়োগত মৰ্মাহত হৈ পৰিছে শিল্পীগৰাকী।