skip to Main Content

পদপথৰ দোকানী সকলৰ বাবে এক দুঃখবৰ


পদপথৰ দোকানী সকলৰ বাবে এক দুঃখবৰ।কিয়নো পদপথত দোকান দিব নোৱাৰিৱ বুলি এক জাননি প্ৰকাশ কৰিছে মেয়ৰ মৃগেন শৰণীয়াদেৱে।কিয়নো পদপথেৰে অহা যোৱা কৰাত অসুবিধা হোৱা লোকসকলৰ বাবে লোৱা হৈছে এই পদক্ষেপ।মৃগেন শৰণীয়াদেৱে মন্তব্য প্ৰকাশ কৰিছে যে দোকান দিয়াত তেওঁৰ কোনো আপত্তি নাই যদিহে দোকান খন নিজৰ ঘৰৰ সন্মুখত দিয়ে।কিন্ত পদপথত দোকান দি ৰাইজৰ অহা যোৱাত অসুবিধা কৰিব নোৱাৰিব।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published.

Back To Top