মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বোকাজান সমষ্টিৰ মাননীয় বিধায়ক ডা: নোমল মমিনে ১ লাখ টকাৰ অনুদান আগবঢ়ায়।…
পদপথৰ দোকানী সকলৰ বাবে এক দুঃখবৰ
পদপথৰ দোকানী সকলৰ বাবে এক দুঃখবৰ।কিয়নো পদপথত দোকান দিব নোৱাৰিৱ বুলি এক জাননি প্ৰকাশ কৰিছে মেয়ৰ মৃগেন শৰণীয়াদেৱে।কিয়নো পদপথেৰে অহা যোৱা কৰাত অসুবিধা হোৱা লোকসকলৰ বাবে লোৱা হৈছে এই পদক্ষেপ।মৃগেন শৰণীয়াদেৱে মন্তব্য প্ৰকাশ কৰিছে যে দোকান দিয়াত তেওঁৰ কোনো আপত্তি নাই যদিহে দোকান খন নিজৰ ঘৰৰ সন্মুখত দিয়ে।কিন্ত পদপথত দোকান দি ৰাইজৰ অহা যোৱাত অসুবিধা কৰিব নোৱাৰিব।
This Post Has 0 Comments