The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
পদ্মশ্ৰী ডাঃ কুশল কোৱৰ শৰ্মাক জীৱনজোৰা সাধনা বঁটা প্ৰদান
এন এন বু্ৰো ২৭ ফেব্ৰুৱাৰীঃ আজি গুৱাহাটী প্ৰেছ ক্লাবত কাজিৰঙা ৱাইল্ড লাইফ ছ’চাইটিয়ে এক বটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰে । উক্ত অনুষ্ঠানত উপস্হিত থাকে জেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈকে ধৰি কাজিৰঙা ৱাইল্ড লাইফ ছ’চাইটিৰ লগত জড়িত বিশিষ্ট ব্যক্তি সকল । লগতে মুখ্য অতিথি হিচাপে উপস্হিত থাকে নিখিল বড়ো ছাত্ৰ সন্হাৰ সভাপতি দিপেন বড়ো । এই বঁটা প্ৰদান অনুষ্ঠানটিত পদ্মশ্ৰী ডাঃ কুশল কোঁৱৰ শৰ্মাক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়।