Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
পিয়ুয গোৱেললৈ খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগ
৭৪ বছৰ বয়সত বিহাৰৰ অদ্বিতীয় দলিত নেতা তথা লোকজনশক্তি দলৰ প্ৰতিস্থাপক গ্ৰাহক-উপভোক্তা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ মন্ত্ৰী ৰামবিলাস পাছোৱানৰ দিল্লীৰ ফৰ্টিছ হাস্পতালত বৃহস্পতিবাৰে মৃত্যু হয়। ভাৰতীয় ৰাজনীতিত সক্ৰিয় ভূমিকা পালন কৰা পাছোৱানৰ মৃত্যুত শোকস্তদ্ধ হৈ পৰাৰ মুহুৰ্ততে আজি কেন্দ্ৰীয় ৰেল আৰু উদ্যোগ বাণিজ্য মন্ত্ৰী পিয়ুষ গোৱেলক অৰ্পন কৰা হৈছে খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগ।