Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
পুৰুষ নিৰ্যাতন বাবে আইন
সম্প্ৰতি দিনক দিনে বাংলাদেশত বৃদ্ধি পাইছে পুৰুষ নিৰ্যাতন। সেয়েহে চৰকাৰী স্বীকৃতি প্ৰাপ্ত ‘মেনছ ৰাইট ফাউণ্ডেচন’ নামৰ বাংলাদেশৰ সংস্হাটোৱে পুৰুষ নিৰ্যাতনৰ বাবে আইনৰ দাবী কৰিছে। এই সংস্হাৰ সমীক্ষা মতে বাংলাদেশৰ ৮০% বিবাহিত পুৰুষে মহিলাৰ দ্বাৰা নিৰ্যাতিত হয়। ইতিমধ্যে নাৰীৰ সপক্ষে বহু আইন আছে কিন্তু পুৰুষ সকল বঞ্চিত হৈ আহিছে। সেয়েহে এই সংস্হাটোৱে পুৰুষ নিৰ্যাতনৰ বাবে আইন প্ৰণয়নৰ দাবী জনাইছে।