Assam Chief Minister Himanta Biswa Sarma while addressing a public meeting in Banamalipur said that…
পূজা বিশেষ- গুৱাহাটীত ৰেষ্টুৰেন্ট খোলা থাকিব নিশা ১০.৩০ বজালৈ
সৰ্বাত্মক বন্ধৰ বাবে দীৰ্ঘ দিন ধৰি বন্ধ হৈ আছিল ৰেষ্টুৰেন্টসমূহ। শেষত নিশা ৯ বজালৈ খোলাৰ অনুমতি প্ৰদান কৰা হৈছিল। কিন্তু শেহতীয়াভাৱে পূজা উপলক্ষ্যে ৰেষ্টুৰেন্টসমূহ নিশা ১০.৩০ বজালৈ খোলা ৰাখিবলৈ প্ৰশাসনে অনুমতি প্ৰদান কৰিছে। ইতিমধ্যে সদৌ অসম
ৰেষ্টুৰেন্ট সন্থাই দীৰ্ঘ দিন ধৰি ৰেষ্টুৰেন্ট খোলা ৰখাৰ সময়সীমা বৃদ্ধিৰ বাবে অনুৰোধ কৰি আছিল। সেয়েহে ক’ভিড প্ৰটকল মানি ৰেষ্টুৰেন্টসমূহ নিশা ১০.৩০ বজালৈ খোলা ৰাখিবলৈ অনুমতি প্ৰদান কৰিছে।