In an effort to improve Schools in Assam, Chief Minister Himanta Biswa Sarma announces ₹10,000…
প্ৰতিষ্ঠিত ব্যৱসায়ী জৰ্জ বৰদলৈৰ আত্মহত্যাৰ ন ন তথ্য
প্ৰতিষ্ঠিত ব্যৱসায়ী জৰ্জ বৰদলৈৰ আত্মহত্যা সন্দৰ্ভত প্ৰকাশ পাইছে নতুন তথ্য।৫০টকীয়া এখন দলিলত তেখেতে লিখি থৈ গৈছে ছুইছাইড নোট।ডনবক্স স্কুলৰ ফাডাৰ ষ্টিফেন মেভলিনৰ মানসিক হাৰাশাস্তি সহ্য কৰিব নোৱাৰি জীৱনৰ শেষ সিদ্ধান্ত বাছি ল’বলৈ বাধ্য হ’ল জৰ্জ বৰদলৈ।ইতিমধ্যে ছুইছাইড নোটৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ডনবক্স স্কুলৰ ফাডাৰ ষ্টিফেন মেভলিনক।