A woman was found inside a box in Guwahati’s Lalung Gaon on Thursday evening, June…
প্ৰথম বাৰৰ বাবে লুইতৰ বালিত ফাগুন মহোত্সৱ
এন.এন ব্যুৰো ৭ মাৰ্চঃ ৭ মাৰ্চৰ পৰা গুৱাহাটী মাছখোৱাৰ নদী ঘাটত দুদীনীয়া কাৰ্য্যসুচীৰে অনুষ্ঠিত কৰা হৈছে ফাগুন মহোত্সৱ। প্ৰথম বাৰলৈ লুইতৰ বালিত আয়োজন কৰা হৈছে এই মহোত্সৱ। এই উত্সৱৰ আয়োজন কৰিছে সাহিত্য সংস্কৃতিমুলক অনুষ্ঠান ভি-অসমে। গীত, কবিতা, নৃত্য, ছবি, চিলাৰে সজীৱ হৈছে এইকেইদিন লুইতৰ বালি ; ইয়াৰোপৰি থাকিব সৌন্দৰ্য্যৰ বিভিন্ন অনুষ্ঠান আৰু চিত্ৰাংকন প্ৰতিযোগিতা।