Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰোগ্য ভান উদ্বোধন
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে গুজৰাটৰ নৰ্মদা জিলাত আৰোগ্য ভান উদ্বোধন কৰে। উল্লেখ যোগ্য যে আৰোগ্য ভান হৈছে ১৭ একৰ ভূমিত ঔষধি গছৰ বৃহৎ বাগিছা। কৰ্তৃপক্ষৰ মতে এই বাগিছাই সুস্হ মানৱ জীৱন যাপন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ইয়াত ৩৮০ প্ৰজাতিৰ ৫ লাখ গছ ৰোপন কৰা হ’ব। ইয়াত পদুম পুখুৰী, এলবা গাৰ্ডেন, যোগ আৰু প্ৰাণায়ম গাৰ্ডেন, ইনড’ৰ প্লেন্ট চেকছন আদি উপলব্ধ হ’ব। ইয়ে গুজৰাটৰ পৰ্যটনৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি সকলোৱে আশা কৰিছে।