skip to Main Content

প্ৰাক্তন মন্ত্ৰী দিলীপ ৰয়ৰ ৩ বছৰ কাৰাবাস

ঝাৰখণ্ড কয়লা কেলেংকাৰীত জড়িত থকাৰ অভিযোগত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দিলীপ ৰয়ক ৩ বছৰ কাৰাদণ্ড দিয়া হৈছে। মন্ত্ৰী ৰয়ৰ বাহিৰেও এই কেলেংকাৰীত লগত জড়িত আন দুজন ব্যক্তিকো চিবিআই আদালতে ৩ বছৰ কাৰাদণ্ড ঘোষণা কৰিছে। ইয়াৰ লগতে ভাৰত প্ৰচাৰৰ বিশেষ ন্যায়াধিশে ১০ লাখ টকাৰ জৰিমনা জাৰি কৰিছে।

Back To Top