The Final Electoral Roll in respect of 126 Assembly Constituencies of Assam has been published…
পৰাগ ভূঞাৰ মৃত্যুৰ তদন্ত
কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ বাবে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে CID ক দাবী জনায় । ইতিমধ্যে কাকপথাৰত উপস্থিত হৈছে CID দল । লগতে সাংবাদিক পৰাগ ভূঞাৰ বাসগৃহত উপস্থিত হ’ল মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী। শনিবাৰে জাতীয় যুৱ শক্তি কামৰূপ মহানগৰ সমিতিয়ে সাংবাদিকজনৰ মৃত্যুত প্ৰতিবাদ সাব্যস্ত কৰে।