skip to Main Content

পৰীক্ষা স্থগিত ৰখাৰ নিৰ্দেশ ।


উচ্চ শিক্ষা প্ৰতিস্থান সমূহৰ বাবে নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰই । মে’ মাহত অনুষ্ঠিত হ’বলগীয়া সকলো অফলাইন পৰীক্ষা স্থগিত ৰখাৰ নিৰ্দেশ কেন্দ্ৰৰ । কৰ’ণা সমক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত কেন্দ্ৰৰ ।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top