skip to Main Content

ফেইচবুকত বিতৰ্কিত পষ্ট কৰি এইবাৰ ৰঙাঘৰৰ আলহী কংগ্ৰেছৰ নেত্ৰী!


ফেইচবুকত বিতৰ্কিত পষ্ট কৰি এইবাৰ ৰঙাঘৰৰ আলহী কংগ্ৰেছৰ নেত্ৰী। কংগ্ৰেছ নেত্ৰীগৰাকী হোজাই জিলা যুৱ কংগ্ৰেছৰ সভানেত্ৰী কুসুম নন্দী বুলি জানিব পৰা গৈছে । হিন্দুৰ বিৰুদ্ধে আৰু নৰেন্দ্ৰ মোদী-ৰবীন্দ্ৰ নাথ ঠাকুৰৰ বিৰুদ্ধেও বিতৰ্কিত পোষ্ট কৰিছিল কংগ্ৰেছ নেত্ৰী গৰাকীয়ে।
ফেইচবুকত হিন্দুক লৈ বিতৰ্কিত পষ্ট কৰাৰ পাছতেই হোজাই জিলা অখিল ভাৰতীয় বিদাৰ্থী পৰিষদে হোজাই থানাত তৰিছিল গোচৰ। ইতিমধ্যে হোজাই জিলা কংগ্ৰেছে নিলম্বন কৰিছে সভানেত্ৰী গৰাকীক।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top