A woman was found inside a box in Guwahati’s Lalung Gaon on Thursday evening, June…
ফ্লীমফেয়াৰৰ ট্ৰেফিক নিৰ্দেশনাক লৈ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাৰ সংবাদ মেল
Representative Image
যান বাহনৰ বাবে বিশেষ ব্যৱস্থা
বিশেষ পাৰ্কিংৰ ব্যৱস্থা কৰা হৈছে দৰ্শকৰ বাবে
নিৰাপত্তা দিশত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে
বলীউড তাৰকাৰ বাবে হোটেলত , বিমানবন্দৰ , মূল ভেন্যুত বিশেষ নিৰাপত্তাৰ ব্যৱস্থা
৪০০ খন কাৰ পাচ ইচ্যু কৰিছে উদ্যোক্তাই
৪০০ খন পাচ ইচ্যু কৰিছে উদ্যোক্তাই
৭২০০ দৰ্শকে প্ৰবেশ কৰিব ফ্লিম ফেয়াৰ অনুষ্ঠানত
নিদিষ্ট সময়ৰ আগতে সকলো দৰ্শকক ষ্টেডিয়ামলৈ অহাৰ আহ্বান
২৭ টা ব্যক্তিগত পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে
৩-৪৫ বজাৰ পৰা প্ৰৱেশ কৰিব পাৰিব দৰ্শকে
৫ বজাৰ পৰা আৰম্ভ হব মূল অনুষ্ঠান
তাৰকাৰ নিৰাপত্তাৰ পৰ্যবেক্ষণ কৰি সুকীয়া সুকীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে
অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে
পাৰ্কিং তথা মূল ভেন্যু চিচিটিভিৰ নিৰিক্ষণত ৰখা হব