skip to Main Content

বাংলাদেশী আটক৷

সীমান্ত সুৰক্ষা বাহিনীৰ লোকে যোৱানিশা ৩৪জন বাংলাদেশী লোকক আটক কৰিবলৈ সক্ষম হয়৷কোচবিহাৰৰ অসম বাংলাদেশ সীমান্ত আৰু ধুবুৰীৰ দক্ষিণ শালমাৰৰ বাংলাদেশ সীমান্তৰ পৰা ৩৪ জন বাংলাদেশী লোকক আটক কৰে৷ধৃত বাংলাদেশী কেইজনে অনধিকাৰ ভাৰতত প্ৰৱেশ কৰিবলৈ লওঁতেই সীমান্ত সুৰক্ষা বাহিনীয়ে আটক কৰে৷পিছত আটাইকেইজনকে সুৰক্ষা বাহিনীৰ লোকে অসম আৰক্ষীক চমজাই দিয়ে৷

Back To Top