
ভাৰত বাংলাদেশৰ মাজত নৌ পৰিবহণেৰে আমহানি ৰপ্তানি আৰম্ভ হ’ল। এ ভি প্ৰিমিয়াৰ জাহাজে দেওবাৰে দূপৰীয়া বাংলাদেশৰ পৰা ১২৫ টন চিমেন্ট লৈ ভাৰতলৈ আহি আছে। বাংলাদেশৰ নাৰায়ন গঞ্জৰ পৰা অহা পণ্য পৰিবাহী জাহাজখন কৰিমগঞ্জত প্ৰস্থান কৰিব। সেই উপলক্ষে অহা ৯ নৱেম্বৰত অসম চৰকাৰে আয়োজন কৰিছে এক বিশেষ অনুষ্ঠানৰ