The Final Electoral Roll in respect of 126 Assembly Constituencies of Assam has been published…
বাউলী মেঘৰ সাধু
দীৰ্ঘদিনৰ বিৰতিৰ পিছত প্ৰেক্ষা-গৃহ সমূহ পুনৰ খোলা হৈছে। নাট্যপ্ৰেমীৰ বাবে সুখৰ বতৰা লৈ ১৮ আৰু ১৯ তাৰিখে প্ৰদৰ্শন হ’ব বাউলী মেঘৰ সাধু। জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মাৰ কাহিনী আৰু যুৱ পৰিচালক প্ৰণৱ ভৰালীৰ পৰিচালনাৰে উপস্হাপন কৰা হ’ব উক্ত নাটখন। সংগীত ব্যৱস্হাপনা তৰালী শৰ্মাৰ। অভিনয় কৰিছে যশস্ৰী অভিনেত্ৰী বৰষা ৰাণী বিষয়া, কমল লোচন, অতনু মহন্ত আৰু বহুতো ন পুৰণি শিল্পীয়ে।ৰবীন্দ্ৰ ভৱনত দুয়োদিনে বিয়লি ৪.৩১ মিনিট আৰু সন্ধিয়া ৬.৩১ মিনিটত হ’ব বাউলী মেঘৰ সাধু।