skip to Main Content

বাঘজানৰ জুই নুমাল


১৭২ দিনৰ অন্তত বাঘজানৰ জুইয়ে শাম কাটিলে। যোৱা ২৭ মেত তেল খাদৰ পৰা উৎপন্ন হোৱা জুইয়ে ছাইত পৰিণত কৰিছিল বাঘজানক। শেষত ৫ নৱেম্বৰত সুদুৰ কানাডাৰ পৰা বিশ্বৰ সৰ্ব বৃহৎ এন ১২৪ এয়াৰ ক্ৰাফটে কঢ়িয়াই অনা জুই নুমোৱা যন্ত্ৰাংশ স্নাবিং ইউনিট বাঘজানলৈ অনা হৈছিল আৰু ৯ নৱেম্বৰৰ পৰা খাদত অপাৰেচন চলাইছিল। মুঠ ৮ জন বিশেষজ্ঞই বিশেষ কষ্ট কৰি ১৫ নৱেম্বৰত জুই নুমুৱাবলৈ সক্ষম হয়।

Back To Top