skip to Main Content

বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১৭ টকা বৃদ্ধি


ইণ্ডিয়ান অইল কৰ্প’ৰেচনে ঘোষণা কৰে যে ২০২১ ৰ প্ৰথম দিনটোৰ পৰা প্ৰযোজ্য হোৱাকৈ কেন্দ্ৰই ৰাজ সাহায্যবিহীন বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১৭ টকা বৃদ্ধি কৰিছে। এতিয়াৰে পৰা ১৯ কিলোগ্ৰাম ওজনৰ চিলিণ্ডাৰৰ দাম ১৩৪৯ টকা হ’ব।

Back To Top