Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰৰ নতুন আইন
বায়ু প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে এক নতুন আইন প্ৰণয়ন কৰিছে। বুধবাৰে নিশা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে স্বাক্ষৰেৰে অনুমোদন জনায়। এই আইনে বায়ু প্ৰদূষণৰ বাবে কাৰাবাসৰ লগতে ১ কৌটি টকা পৰ্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা কৰিছে। এই সপ্তাহৰ প্ৰথমতে চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই দিল্লী- এন চি আৰত হোৱা বায়ু প্ৰদূষণৰ সম্পৰ্কে উচ্চতম ন্যায়ালয়ক অৱগত কৰিছিল। আৰু বুধবাৰে ৰাষ্ট্ৰপতিয়ে উক্ত আইনত অনুমোদন জনায়।