Assam Chief Minister Himanta Biswa Sarma while addressing a public meeting in Banamalipur said that…
বায়ু সেনাৰ উইংকামাণ্ডাৰৰ গৃহত মুখ্যমন্ত্ৰী
ভাৰতীয় বায়ু সেনা বাহিনীৰ উইং কমাণ্ডাৰ হিচাপে নিযুক্তি লাভ কৰা অসম কন্যা বৰ্ণালী গগৈৰ লখিমপুৰস্থিত বাসগৃহত আজি উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
অসমৰ লগতে দেশমাতৃক গৌৰৱাম্বিত কৰা বৰ্ণালী গগৈৰ মাতৃক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কন্যাৰ সফলতাৰ বাবে আন্তৰিক অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন কৰে। বৰ্ণালীয়ে দেশমাতৃৰ প্ৰতি নিষ্ঠা আৰু অদম্য সাহসেৰে সেৱা আগবঢ়াই যোৱাৰ কামনা কৰে মুখ্যমন্ত্ৰী সোণোৱালে।